কবিতা- 13 শকুন্তলা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা- 13 শকুন্তলা

কবিতা- 13 শকুন্তলা

Share This
 
শকুন্তলা
যুগে যুগে
ভালপোৱাৰ বাগিচাত ঘূৰি ফুৰে
সুকোমলা শকুন্তলা....

গোপন মৰম, গোপন পৰিণয়

একেই প্ৰতিশ্ৰুতি, একেই পাহৰণি

খালী
আজিৰ পৃথিৱীত
ডি এন এৰ আঙুঠিত লিখা থাকে
আধুনিক দুষ্মন্ত্যৰ ঠিকনা.......

No comments:

Post a Comment

Sponsor

AD BANNER

Pages