সন্ধিয়াৰ লিমাৰিক - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

সন্ধিয়াৰ লিমাৰিক

সন্ধিয়াৰ লিমাৰিক

Share This
সন্ধিয়াৰ লিমাৰিক

হেৰা প্ৰদ্যুত, এতিয়া কিমান ৰাতি
বিদ্যুতৰ নাটনিৰ বাবে অখিলক দায়ী কৰিবলৈ কিমান বাকী?
সমাজত বাঢ়ি অহা শ্ৰেণী-বিভেদ আঁতৰাই
তুমিয়েই ৰচিলা সমাজবাদ-সমতাৰ সপোন
চোৱা জ্বলিছে ঘৰে ঘৰে, একেই মমবাতি, একেই টিপ-চাকি!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages