অনু গল্পঃ দুচকুতে কাজল ল'লে - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অনু গল্পঃ   দুচকুতে কাজল ল'লে

অনু গল্পঃ দুচকুতে কাজল ল'লে

Share This
অনু গল্প 

দুচকুতে কাজল ল'লে

ভিৰৰ মাজতে হঠাৎ চকুজুৰি থৰ লাগি ৰৈ গল৷ তাইৰ দু-চকুৰ কাজলসনা চাৱনিটোত হঠাৎ যেন বিজুলীৰ চমক৷ চাৰি চকুৰ মিলনত পুলকিত শিহৰিতে মনে তাইৰ মুখনিৰ মিচিকীয়া হাঁহিটি চাবৰ বাবে উক্-মুকাই উঠিল ৷ দুচকুৰে হাঁহিৰ জিলিকনি বুলোৱা সেই কণ্যাৰ ৰঙচুৱা গালৰ তিৰবিৰনি অথবা ভাঁজ লগা টোল চাবৰ বাবে দুচকু অধিক হৈ পৰিল ৷ লগে লগে তাইৰ মুখনিৰ আৱৰণে অৱতৰতে কলীয়া কৰি আনিলে ৰঙাই অহা মনটো৷ ---- কিয়নো -বোৰ্খাত জিলিকি আছে সেয়া মৰমসনা দুচকু!!!!!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages