কবিতাঃ সুখ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

কবিতাঃ সুখ

Share This
সুখ
---
মাৰ তেতিয়া দুখ আছিল
কিয়নো মোৰ সুখ নাছিল,

এতিয়া মই সুখী
কাৰণ এতিয়া মা সুখী,
নাতিৰ পিছত লৰি-ঢাপৰি
তেওঁৰ দুখী হোৱাৰ আহৰিয়েই বা ক'ত...
Comment Using!!

Sponsor

AD BANNER

Pages