বিহুগীত-১
অ’ লাহোৱাল গাঁৱৰে পাহূৱাল ডেকাৰে
উমাল বুকুতে তাই
সপোন আঁকে,
লিহিৰি লিহিৰি তাইৰ
পাবলি আঙুলি
বতাহত
মেঘালী চুলি,
তাইক চাবলে মন
তাইক চুবলে মন,
মৰমে উপচাম তাইৰ
উতলা যৌৱন....
অ’ লাহোৱাল গাঁৱৰে পাহূৱাল ডেকাৰে
উমাল বুকুতে তাই
সপোন আঁকে,
লিহিৰি লিহিৰি তাইৰ
পাবলি আঙুলি
বতাহত
মেঘালী চুলি,
তাইক চাবলে মন
তাইক চুবলে মন,
মৰমে উপচাম তাইৰ
উতলা যৌৱন....
No comments:
Post a Comment