বুজা,
বুজা নুবুজা
মাজত
আলি-দোমোজা;
তাতেই থমকি ৰৈ যাওঁ
ভাৱনাৰ কিনো যাতনা;
বুজা,
বুজা নুবুজা
মাজত
আলি-দোমোজা;
বুজা নুবুজা
মাজত
আলি-দোমোজা;
তাতেই থমকি ৰৈ যাওঁ
ভাৱনাৰ কিনো যাতনা;
বুজা,
বুজা নুবুজা
মাজত
আলি-দোমোজা;
দুৰন্ত দিন আৰু বব মাৰ্লিৰ ডিএনএ জীৱনৰ ধামখুমীয়াত অতি দুৰন্ত গতিৰে সময়বোৰ বাগৰি গৈছে। বহুদিন ধৰি লেখা-মেলা কৰাও নাই। অভ্যাসটোৱেই হেৰাই গৈছে। ...

No comments:
Post a Comment