বিহুগীত-১ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বিহুগীত-১

বিহুগীত-১

Share This
বিহুগীত-১

অ’ লাহোৱাল গাঁৱৰে পাহূৱাল ডেকাৰে
উমাল বুকুতে তাই
সপোন আঁকে,

লিহিৰি লিহিৰি তাইৰ
পাবলি আঙুলি
বতাহত
মেঘালী চুলি,

তাইক চাবলে মন
তাইক চুবলে মন,

মৰমে উপচাম তাইৰ
উতলা যৌৱন....

No comments:

Post a Comment

Sponsor

AD BANNER

Pages