কবিতা-৯ ফুলশয্যা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা-৯ ফুলশয্যা

কবিতা-৯ ফুলশয্যা

Share This
ফুলশয্যা

জোনাক ৰাতি,
ৰজনীৰ শেতেলীত হেপাঁহ;

লাজৰ উৰণি দাঙি
কেঁচা প্ৰেমৰ স্বাদ চাকি
সুজলা সুফলা হোৱা
নিলাজ পুৱা.....

No comments:

Post a Comment

Sponsor

AD BANNER

Pages