কাতৰ কবিতা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কাতৰ কবিতা

কাতৰ কবিতা

Share This
কাতৰ কবিতাঃ

প্লিজ’ তোমাৰ বিয়াত
লুচী বিলাবলৈ মোক নামাতিবা,
নিদিবা উপহাৰ
সেই যন্ত্ৰণা৷

যদিও চৌপাশ তোমাৰ উচৱত উখলমাখল
মইহে জানো
বুকুত কিমান দুখৰ মাদল....

No comments:

Post a Comment

Sponsor

AD BANNER

Pages