বিক্ষিপ্ত চিন্তা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বিক্ষিপ্ত চিন্তা

বিক্ষিপ্ত চিন্তা

Share This
আৰ্তজন আৰু আমি
-------------------------
We're gonna help our people,
help them right;
Oh, Lord, help us tonight!
সত্তৰৰ দশকতে জামাইকাত বব মাৰ্লিয়ে লিখিছিল গাইছিল, বানাক্ৰান্ত আমাৰ ৰাজ্যত ঘৰে ঘৰে যেন আজি গুঞ্জৰিত হৈছে সেই ক্ষুধা!
সেই ভাৱ-ভাষা.......সৃষ্টি.. সময়, দেশ মহাদেশৰ পৰিসীমা নেওচা...সঁচাই যুগজয়ী!
গ্ৰামাঞ্চলৰ এই দুৰ্দশাটো বিচলিত নহয়
মহানগৰীয় উদযাপনৰ অবিৰত ধাৰা...
Soulful town, soulful people,
I know, I know you’re having fun!
এই কটুক্তিয়ে আমাকো জানো চুই যোৱা নাই...৷
আমি এদিনৰ আৰ্জন আৰ্তজনৰ বাবে দান কৰিছো,
পিছে আপুনিও কৰিলেনে?

No comments:

Post a Comment

Sponsor

AD BANNER

Pages