অস্থিৰ সময়
------
কাৰোবাৰ বাবে নিহতৰ সংখ্যা
কেৱল সংখ্যা
কাৰোবাৰ বাবে সফলতাৰ পৰিসংখ্যা
কাৰোবাৰ বাবে উচতনিৰ কিৰিলি
কাৰোবাৰ ৰাজনীতিৰ মৃত সঞ্জীৱনী,
উস্ কিমান যে ড্ৰামা
চিতাৰ ছবিও দেখোন প্ৰথম পৃষ্ঠাৰ
বহুমূলীয়া সংবাদ শিৰোনামা....
মহীৰূহৰ লেখা

Tags
# POEM
# কবিতা
Share This
About xukhdukh
ড° অজয় লাল দত্তৰ ব্যক্তিগত লেখা, সৃষ্টি আদিক একত্ৰে ৰখাৰ থলী। এগৰাকী সমাজ সচেতন পঢ়ুৱৈ, সমাজ-বিশ্লেষক তথা চিনেমা-ৰসিক ৰূপে নিজৰ পৰিচয় দিবলৈ ভাল পোৱা, সৃষ্টিবোৰ, অনুভৱবোৰ সাঁচি ৰখাৰ এয়া এক বিনম্ৰ প্ৰয়াস।
Dr. Ajoy Lal Dutta likes to call himself as a vivid reader, social-analyst and cinephile; exploring the world through eyes, views & works...
Subscribe to:
Post Comments (Atom)
Sponsor
AD BANNER
No comments:
Post a Comment